কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সলনা-সলনিsalanā-salaniNoun
সলোবা কাৰ্য্য; সাল-সলনি; এটাৰ সলনি আন এটা দিয়া বা অনা কাৰ্য
the act of exchanging
- সলনিsalaniNoun
এটাব হৈ আন এটা হোবা; পৰিবৰ্ত্তন
a change
- সলা-পৰামৰ্শxo.la-po.ra.mor.xoAbstract Noun
কোনো পৰিস্থিতি বা সমস্যাৰ পৰিপ্ৰেক্ষিতত কি কৰিব পাৰি বা কৰা উচিত সেই সম্পৰ্কে মতামত।
opinion about what could or should be done about a situation or problem.
- সলি মাটিxo.li ma.tiMaterial Noun
হাল-কোৰ বাই চহ কৰা মাটি।
land prepared for cultivation.
- সলিলsalilaNoun
উদক; জল; পানী,
water
- সলিল-সমাধিxo.lil-xo.ma.dhiAbstract Noun
পানীত ডুবি হোৱা মৰণ
Death by drowning, that is failed to breath under water.
- সলিলজxo.li.lojCommon Noun
ডাঙৰ-ডাঙৰ পাত, গুলপীয়া ৰঙৰ সুগন্ধি ফুল, বহল, ঘূৰণীয়া, ফুটা থকা গুটিৰ আধাৰ আৰু মঙহাল শিপা যুক্ত, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এবিধ জলজ উদ্ভিদ।
An aquatic plant native to southern asia and australia, having large leaves, fragrant, pinkish flowers, a broad, rounded, perforated seedpod, and fleshy rhizomes.
- সহ সচিবCommon Noun
The administrative head of a wing in a department.
- সহ-কৰ্মচাৰীxo.ho-kor.mo.sa.riCommon Noun
একেলগে কাম কৰোঁতা ৷
An associate one works with
- সহ:দূতCommon Noun
someone attached for particular duties to the stuff of an ambassador
- সহকাৰsahakāraNoun
আম-গছ
the mango-tree
- সহকাৰী অধ্যাপকxo.ho.ka.ri o.dhya.pokCommon Noun
(ভাৰতত কাৰিকৰী বা বৃত্তিগত) মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত সহযোগী অধ্যাপকৰ ঠিক তলৰ এক শিক্ষক পদবী।
a teaching position in a college or university(usually technical or professional in India) just below the rank of an Associate Professor, an entry level teaching position in a college or university.
- সহকৰ্মীsahakarmīNoun
একেলগে কাম কৰোঁতা
colleague
- সহকৰ্ম্মীsahakarmmīNoun
একেলগে কাম কৰোঁতা
colleague
- সহগxo.hogAbstract Noun
এক নিৰ্দ্দিষ্ট অৱস্থাত কোনো পৰিৱৰ্ত্তন বা ফলৰ পৰিমাণ বুজোৱা এক সংখ্যা
A number expressing the amount of some change or effect under certain conditions
- সহচৰsahacaraNoun
অনুগামী; লগৰীয়া; সঙ্গী; অনুচৰ; . স্ত্ৰী. সহচৰী।
a companion; an associate
- সহজsahajaNoun
স্বাভাবিক গুণ; স্বভাব
nature; character
- সহজতাxo.ho.jo.taAbstract Noun
the quality which makes people simple
- সহজাত জ্ঞানxo.ho.jat gyanAbstract Noun
যুক্তি-তথ্যৰ বিচাৰ নকৰাকৈ স্বাভাৱিকভাৱে সত্য, ঘটনা আদি অনুধাৱন কৰিব পৰা জন্মগত গুণ
direct perception of truth, fact, etc., independent of any reasoning process
- সহজাত পানীxo.ho.ja.to pa.niMaterial Noun
গেদৰ নিক্ষেপণ কালৰে পৰা গেদৰ মাজত আবদ্ধ হৈ থকা পানী
water entrapped within the pores of a sediments since their formation