সহজ
sahaja
অৰ্থ
1.
স্বাভাবিক গুণ; স্বভাব
nature; character
বি.
2.
অভ্যাস; অভ্যাসৰপৰা হোবা পাৰ্গাতালি
practice; habit; skill acquired by practice
বি.
3.
ঢিলা; উজু; কৰিবলৈ টান নোহোবা
easy
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ