কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভেনিজুৱেলাbhe.ni.ju.we.laProper Noun
দক্ষিণ আমেৰিকাৰ উত্তৰত এখন সতন্ত্ৰ দেশ।
Venezuela, officially called the Bolivarian Republic of Venezuela, is a country on the northern coast of South America. Venezuela's territory covers around 916,445 km² with an estimated population around 29,100,000.
- ভেনিটি বেগbhe.ni.ti begMaterial Noun
মহিলাই হাতত লৈ ফুৰা সৰু বেগ৷
a woman`s small bag or hand case used to carry cosmetics, etc
- ভেন্দিbhen.diCommon Noun
NULL
A tall tropical Asian annual plant (Abelmoschus esculentus) widely cultivated in warm regions for its edible, mucilaginous green pods.
- ভেবাৰbhebāraNoun
লেঠা; জেঙা; যেনে-খেতি, টকা ধাৰ দিয়া, কাৰবাৰ আদি নানা ভেবাৰ
various concerns; embarrassments
- ভেবেৰbheberaNoun
জুলীয়া বস্ত্তৰ ওপৰত উঠা ধন মল; গেদেৰি
scum
- ভেবেৰিbheberiNoun
জুলীয়া বস্ত্তৰ ওপৰত উঠা ধন মল; গেদেৰি
scum
- ভেবেৰীbhe.be.riMaterial Noun
পানীৰ ওপৰলৈ উঠি অহা কোনো অপৰিষ্কাৰ মল ৷
a layer of foul or impure matter that forms on the surface of a liquid.
- ভেমbhemaNoun
আয়ম; ফিটাহি; বৰলোকালি; অহঙ্কাৰ দেখুবা কাৰ্য্য
vanity; pomp, ostentation in dress or manners
- ভেমাটোকাbhemāṭokāNoun
"ভীমটোকা" চোবাঁ।
- ভেলbhelaNoun
কেইডালমান কলগছ বা তিনি চাৰিখন কাঠৰ পাত একেলগে বান্ধি তাক নাবৰ দৰে ব্যবহাৰ কৰা যতন; ভুৰ
a raft
- ভেলভেটbhelabheṭaNoun
এবিধ চিকুণ মূল্যবান কাপোৰ।
- ভেলভেট্bhel.bhetMaterial Noun
এফালে মিহি ঘন নোম থকা এবিধ কাপোৰ ।
A soft fabric, such as silk, rayon, or nylon, having a smooth, dense pile and a plain underside.
- ভেলাbhelāNoun
কেইডালমান কলগছ বা তিনি চাৰিখন কাঠৰ পাত একেলগে বান্ধি তাক নাবৰ দৰে ব্যবহাৰ কৰা যতন; ভুৰ
a raft
- ভেলাঘৰbhelāgharaNoun
"মেজি" চোবাঁ।
- ভেলামাগbhelāmāgaNoun
"মেজি" চোবাঁ।
- ভেলামেনCommon Noun
ভেলামেন/মূলত্বক্ষা
ভেলামেন/মূলত্বক্ষা
- ভেলেউbheleuNoun
বহল ঘূৰণীয়া পাতেৰে বৰ ওখ-ডাঙৰ আওকাঠী গছ
a kind of jungle tree
- ভেলেকাbhelekāNoun
আচৰিত বস্ত্ত দেখিলে হোবাৰ দৰে চাই থকা; ভেলেঙা
simple-witted
- ভেলেকিbhelekiNoun
টাটক; যাদু বিদ্যা; চকুৰে মনিব নোবৰাকৈ হাতেৰে খৰকৈ কৰা চাতুৰী
magic; jugglery; a trick performed by sleight of hand
- ভেলেকীbhe.le.kiAbstract Noun
কৌশলেৰে অসম্ভৱ যেন লগা কাৰ্য্য বা ঘটনাৰ প্ৰদৰ্শন
the ability or show of performing tricks of impossible phenomena or event