← ফুৰি যাওক

ভেলা

bhelā

অৰ্থ

1.

কেইডালমান কলগছ বা তিনি চাৰিখন কাঠৰ পাত একেলগে বান্ধি তাক নাবৰ দৰে ব্যবহাৰ কৰা যতন; ভুৰ

a raft

বি.

সমাৰ্থক শব্দ

2.

নৈ বা বিলত থকা এবিধ ডাঙৰ চৰাই; যেনে-"লৰুআলি নৰিয়ণী ভেলা, যোগ আৰু ঊৰিকঙ্ক" (মা. ক., কিষ্কিন্ধ্যাকাণ্ড)

a kind of big bird; a pelican

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ