ভেল
bhela
অৰ্থ
1.
কেইডালমান কলগছ বা তিনি চাৰিখন কাঠৰ পাত একেলগে বান্ধি তাক নাবৰ দৰে ব্যবহাৰ কৰা যতন; ভুৰ
a raft
বি.
সমাৰ্থক শব্দ
2.
জীব নথকা মানুহৰ দেহটো
the human body considered as devoid of or aprt from life
বি.
3.
হ'ল। 'ভেলি' চোবাঁ।
ক্ৰি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ