কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সুস্হsushaAdjective
ভালে থকা; নিৰোগী; স্বাস্হ্যবান; . বি. সুস্হতা ভালে থকা অবস্হা
healthy; free from illness or trouble ; health; healthy state
- সুস্হিৰsushiraAdjective
বৰ স্হিৰ বা ধীৰ; গম্ভীৰ; গহীন; অচঞ্চল
steady; firm; calm and quiet
- সুৰ-সংযোজিতxur-xong.jo`.ji.toVerbal Adj.
গীতত সুৰ দিয়া বা সুৰ সংৰচনা কৰা
given tune to or written the music of
- সুৰক্ষাদায়কVerbal Adj.
সুৰক্ষা প্ৰদান কৰিব পৰা
giving or capable of giving protection
- সুৰক্ষিতsurakṣitaAdjective
যত্নেৰে সঁচা বা ৰক্ষা কৰা; ভালকৈ খোৰা বাৰখা
well protected or preserved; carefully kept.
- সুৰঙ্গxu.rong.goProper Adj.
বিভিন্ন ধৰণৰ ৰঙেৰে ভৰি থকা ।
Full of different colours.
- সুৰভিতxu.ro.bhi.toProper Adj.
মিঠা, ভাললগা গোন্ধ থকা বা দিয়া
having or producing a pleasent, sweet smell
- সুৰলাsuralāAdjective
মধুৰ (মাত)
sweet
- সুৰসProper Adj.
জিভাত জুতি লগাকৈ বা খাবলৈ সোৱাদ লগাকৈ তৈয়াৰ কৰা খাদ্য বা ফলমুল ৷
Highly pleasing or agreeable to the senses, especially of taste or smell.
- সুৰসুৰীয়াsurasurīẏāAdjective
সুৰ্সুৰ্ কৰে চলা; কোনো ওজৰ-আপত্তি নকৰাকৈ কৰা
pliable; easily led or managed; ready to obey
- সুৰসুৰীয়াAdjective
whimpering
- সুৰহীনxur.hinProper Adj.
সুৰ নথকা বা শুনি ভাল নলগা।
not of the nature of or characterized by melody.
- সুৰামগ্নProper Adj.
অভ্যাসগতভাৱে মদ্য পান কৰা৷
habitual drinker of alcohol
- সুৰামত্তxu.ra.mot.toProper Adj.
অভ্যাসগতভাৱে মদ্য পান কৰা৷
habitual drinker of alcohol
- সুৰাযুক্তxu.ra.juk.toProper Adj.
সুৰাৰ লগত সম্পৰ্ক থকা অথবা সুৰা থকা ৷
Of or relating to alcohol; characteristic of or containing alcohol.
- সুৰাসক্তxu.ra.xok.toProper Adj.
সুৰা পান কৰি আসক্ত হৈ থকা৷
intoxicated by alcohol
- সুৰাৰোপিতxu.ra.ro`.pi.toVerbal Adj.
গীতত সুৰ দিয়া বা সুৰ সংৰচনা কৰা
given tune to or written the music of
- সুৰীয়াsurīẏāAdjective
সুবলা (মাত)
misical.
- সুৰুকীয়াsurukīẏāAdjective
কোনোমতে গা সৰকাই যাব পৰা; নিচেই ঠেক (বাট)
very narrow, as a passage
- সুৰুচিপূৰ্ণxu.ru.si.pur.noProper Adj.
কবিতা আদিৰ ৰস বা সৌন্দৰ্য্য উপলব্ধি কৰিব পৰা, অৰ্থাত্ কথা বা ৰচনাৰ সোৱাদ বুজা।
understanding the beauties of a poem or writing.