সুৰসুৰীয়া
surasurīẏā
অৰ্থ
1.
সুৰ্সুৰ্ কৰে চলা; কোনো ওজৰ-আপত্তি নকৰাকৈ কৰা
pliable; easily led or managed; ready to obey
বিণ.
2.
ঠেক; কোনোমতে লাহে লাহে যাব পৰা (বাট); যেনে-"সুৰসুৰীয়া বাট; . সুৰ্সুৰ্ কৰে কৰে ক্ৰি. বিণ. ঠোহ নধৰাকৈ; একো ওজৰ-আপত্তি নকৰাকৈ
narrow ; without objection; willingly
বিণ.
3.
ক'তো বাধা নোপোবাকৈ; ক'তো লাগি নধৰাকৈ (যন্ত্ৰাদি চলাত)
smoothly; without obstruction
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ