কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একেলায়েekelāẏeAdverb
অকলে।
- একেলুটিয়েekeluṭiẏeAdverb
ইকাতি-সিকাতি নোহোবাকৈ; লুটিবাগৰ নিদিয়াকৈ; যেনে-"একেলুটিয়ে ৰাতি পুবাল"
without moving or rolling
- একেলেথাৰিয়েekelethāriẏeAdverb
একেলালিয়ে; মাজত ব্যবধান নোহোবাকৈ
continuously
- একেশ্বৰেAdverb
অকলে; যেনে-"একেশ্বৰে গৰ্ত্ত প্ৰবেশিলা।" (কীৰ্ত্তন)।
- একেৰাঙীekerāṅīAdverb
একে বৰণৰ
of the same colour
- একেৰাহেekerāheAdverb
একেপিনে; একেথিৰে; লৰচৰ নকৰাকৈ (চোবা); ; ছেদ-ভেদ নোহোবাকৈ; নেৰা-নেপেৰাকৈ; একেলালিয়ে (বৰষুণ আদি পৰা)
steadfastly ; without interruption; incessantly
- একোজনAdverb
দুই বা ততোধিক লোকৰ প্ৰত্যেক জনলৈ বা প্ৰত্যেক জনৰ পৰা
To or from every one of two or more (considered individually).
- একোপধ্যেekopadhyeAdverb
একো প্ৰকাৰে; কোনোমতে
in any way; by no means; in spite of all efforts
- একোপ্ৰকাৰেe.ko`.pro.ka.reAdverb
বহুতো উপায়ৰ কোনো এটা উপায়েৰেও (নঞৰ্থক)৷
In no manner or in no way.
- এক্তৰektaraAdjective
সান-মিহলি
mixed up confusedly' jumbled
- এক্ষণেekṣaṇeAdverb
এতিয়াই
presently
- এক্ৰম্-কালিekram-kāliAdverb
পূৰ্ব্বৰ কোনো এক কালত
formerly; once upon a time
- একৰকমek.ro.komAdverb
হ’ব-নহ’ব এনে অৱস্থাত, কিবা প্ৰকাৰে।
only just; scarcely; no more than; almost not.
- এখনেekhaneAdverb
এতিয়াই; এই ক্ষণতে; এই মুহূৰ্ত্ততে
just now; presently
- এখোজ-দুখোজকৈe.kho’j-du.kho’j.koiAdverb
এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
from one stage to the next in sequence.
- এঘড়ীe.gho.riVerbal Adj.
এবাৰ৷ উদাহৰণ - এঘড়ী(এবাৰ) যুঁজো আহা।
round means -one of a series, in some play or sport.
- এঘৰীয়া কৰ্e.gho.ri.ya korVerb-Trans.
সমাজৰ পৰা বাহিৰ কৰ্ বা সম্পৰ্ক ৰাখিবলৈ অমান্তি হ
Exclude from society or refuse to associate with
- এঙাeṅāNoun
আঁঠুৰ তললৈকে পৰা এবিধ চোলা
a kind of tunic
- এছাৰ্echārTransitive verb
আছাৰ্।
- এটেহিয়াeṭehiẏāIntransitive verb
উকি মাৰ্; হাই কৰ্; আটাহ পাৰ্; চিয়ঁৰ মাৰ্
to scream out; to call out loudly