কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শত তন্ত্ৰী বীণাxo.to ton.tri bi.naMaterial Noun
কাশ্মীৰৰ প্ৰাচীন লোকবাদ্য৷ ইয়াৰ গাঁথনি, ৰূপ আৰু বজোৱাৰ শৈলীৰ আমূল পৰিবৰ্তনেৰে পণ্ডিত শিৱ কুমাৰ শৰ্মাই ইয়াক ভাৰতীয় শাস্ত্ৰীয় বাদ্যলৈ উন্নীত কৰে৷আগতে ইয়াক শত তন্ত্ৰী বীণাও বোলা হৈছিল৷
(also known as Shata-tantri Veena) a stringed instrument indigenous to Kashmir as a folk instrument. Pandit Shiv Kumar Sharma elevated it to a classical instrument through major changes in design and structure of the instrument and playing style. It is made of maple or walnut wood and shaped like trapezoid and is played with a pair of curved wooden mallets.
- শত সহস্ৰśata, sahasraNoun
এশ হাজাৰ বা একলাখ
a lakh
- শতকxo.tokAbstract Noun
১০ দশক বা ১০০ বছৰৰ এছোৱা সময়
a period of 10 decades or 100 years
- শতকন্ধśatakandhaNoun
পাতালত থকা আৰু সীতাই বধ কৰা এশ- মূৰীয়া ৰাক্ষস
a hundred-headed demon
- শতক্ৰতুProper Noun
স্বৰ্গৰ (অমৰাৱতীৰ) ৰজা৷
The King of the gods or Devas and Lord of Heaven or Svargaloka in Vedic Hinduism.
- শতঘ্নProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- শতঘ্নীśataghnīNoun
ভিতৰত খাৰ-বাৰুদ আৰু অনেক চোকা অস্ত্ৰ ভৰোবা এটা ধাতুৰ চুঙা বা টেমা [শত্ৰুৰ মাজলৈ মাৰি পঠালৈ সি ফুটি অনেক লোকক বধ কৰে।]
a shell; bomb
- শতত্ৰুতুNoun
ইন্দ্ৰ।
- শতদলxo.to.dolCommon Noun
ডাঙৰ-ডাঙৰ পাত, গুলপীয়া ৰঙৰ সুগন্ধি ফুল, বহল, ঘূৰণীয়া, ফুটা থকা গুটিৰ আধাৰ আৰু মঙহাল শিপা যুক্ত, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এবিধ জলজ উদ্ভিদ।
An aquatic plant native to southern asia and australia, having large leaves, fragrant, pinkish flowers, a broad, rounded, perforated seedpod, and fleshy rhizomes.
- শতদলবাসিনীxo.to.dol.ba.xi.niProper Noun
হিন্দু বিশ্বাস অনুসৰি ধন সম্পত্তিৰ দেৱী৷ ভগৱান বিষ্ণুৰ পত্নী৷
the goddess of wealth according to Hindu faith. Wife of Lord Vishnu and daughter of Lord Shiva and Parvati, thus sister of Ganesh and Saraswati.
- শতদ্ৰুśatadruNoun
হিমালয়ৰপৰা ওলাই সিন্ধু নৈত পৰা পঞ্জাবৰ এখন নৈ
the Sutlej
- শতধাৰAbstract Noun
বিজুলী সঞ্চাৰে বায়ুক উত্তাপিত কৰাৰ ফলত হোৱা বিস্ফোৰণে সৃষ্টি কৰা অতি ডাঙৰ, প্ৰতিধ্বনিত শব্দ।
a loud, explosive, resounding noise produced by the explosive expansion of air heated by a lightning discharge.
- শতধৃতিProper Noun
জগত বা ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতা, ত্ৰিমূৰ্তিৰ প্ৰথমজন দেৱতা ৷
One of the trilogy of Hindu Mythology. Considered to be the creator of the Universe.
- শতপত্ৰśatapatraNoun
পদুম
lotus
- শতবাহনxo.to.ba.honAbstract Noun
খ্ৰীঃ ২০০-৩০০ সময়ৰ এক বিশাল সাম্ৰাজ্য শতবাহন৷ অন্ধ্ৰ প্ৰদেশৰ নতুন ৰাজধানী অমৰাৱতী এই সাম্ৰাজ্যৰ কেন্দ্ৰ বিন্দু৷
The Satavahana Empire was an Indian dynasty based from Dharanikota and Amaravati in Andhra Pradesh as well as Junnar and Prathisthan in Maharashtra. The territory of the empire covered much of India from 230 BCE onward.
- শতবাৰ্ষিকীśatabārṣikīNoun
ত্ৰশ বছৰ পূৰ হোবাত উদযাপিত উৎসব
centenary clebrations
- শতবৰ্ষxo.to.bor.xoAbstract Noun
১০ দশক বা ১০০ বছৰৰ এছোৱা সময়
a period of 10 decades or 100 years
- শতভিষাśatabhiṣāNoun
পঁচিশ সংখ্যাৰ নক্ষত্ৰ [তাত এশ তৰা জুম বান্ধি থাকে বুলি কয়।]
the 25th lunar asterism said to be consisting of one hundred stars
- শতমকNoun
শতাংশ
শতাংশ
- শতমূলśatamūlaNoun
ছিৰলী-ছিৰলী পাতেৰে মাটিৰ তলত জপজপীয়া শিপা ধৰা এবিধ বনৰীয়া লত [ঔষধত ব্যবহাৰ হয়]
a kind of medicinal creeper; Asparagus racemosus