শতঘ্নী
śataghnī
অৰ্থ
1.
ভিতৰত খাৰ-বাৰুদ আৰু অনেক চোকা অস্ত্ৰ ভৰোবা এটা ধাতুৰ চুঙা বা টেমা [শত্ৰুৰ মাজলৈ মাৰি পঠালৈ সি ফুটি অনেক লোকক বধ কৰে।]
a shell; bomb
বি.
2.
লোৰ চোকা কাঁইট লগোবা এটা শিলৰ অস্ত্ৰ [তাক শত্ৰুৰ মাজলৈ পঠালে বহুত লোক হানি হয়।]
the ancient Indian rocket
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ