← ফুৰি যাওক

শতক

xo.tok

অৰ্থ

1.

১০ দশক বা ১০০ বছৰৰ এছোৱা সময়

a period of 10 decades or 100 years

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

কোনো খেলত এশ নম্বৰ লাভ কৰা

achieving a hundred points in any game

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ