কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তথ্যভাণ্ডাৰto.tyo.bhan.darCommon Noun
য’ত তথ্য জমা কৰি থোৱা হয়, য’ৰ পৰা তথ্য পাব পাৰি৷
where information is kept and from where it can be sought.
- তথ্যৰ সাংকেতিকৰণto.thyor. xang.ke.ti.ko.ronVerbal Noun
The process of capturing any information in a computer system
- তদঙ্গtadaṅgaNoun
ভক্তিৰ সাধন [জ্ঞান, বিজ্ঞান, তদঙ্গ আৰু ৰহস্য, ভক্তিৰ এই চাৰি তত্ত্ব।]।
- তদন্তtadantaNoun
কি হৈছে তাৰ বিচাৰ; অনুসন্ধান
enquiry; investigation
- তদন্ত কৰ্Verb root; Noun
তদন্তকাৰী।
- তদন্তকাৰীto.don.to.ka.riCommon Noun
যি কোনো বিষয়ে অনুসন্ধান বা তদন্ত কৰে
Person who investigates a matter
- তদবিৰtadabiraNoun
তত্ত্বাবধান
a looking after; supervision
- তদাৰকtadārakaNoun
তত্ত্বাবধান; যত্নেৰে বা পৰিপাটিকৈ ৰখা কাৰ্য্য
proper care; careful management
- তদাৰককাৰীto.da.rok.ka.riCommon Noun
যি কিবা কাম বা কোনো ব্যক্তিৰ দায়িত্ব লৈ সেই কাম বা সেই ব্যক্তিয়ে কৰা কাম ভালদৰে, সুকলমে বা সময়মতে হৈচেনে আদি নিশ্চিত কৰে৷
one who supervises something or somebody.
- তদ্গদচিত্ততাtod.god.sit.to.taVerbal Noun
কিবা জানিবলৈ একাগ্ৰভাৱে মন দিয়া কাৰ্য্য|
A general interest that leads people to want to know more.
- তদ্বিৰtadbiraNoun
তদ্বিৰ।
- তদ্ভৱtod.bhobAbstract Noun
অসমীয়া ভাষাৰ উচ্চাৰণ অনুসৰি লিখা সংস্কৃতমূলৰ শব্দ। যেনেঃ-স্নেহ > চেনেহস্বৰ্ণ > সোণহস্ত > হাতকৰ্ণ > কাণ ইত্যাদি।
Vernacular words distorted from original language like Sanskrit.
- তদ্ভৱ শব্দtod.bhob xob.doAbstract Noun
অসমীয়া ভাষাৰ উচ্চাৰণ অনুসৰি লিখা সংস্কৃতমূলৰ শব্দ। যেনেঃ-স্নেহ > চেনেহস্বৰ্ণ > সোণহস্ত > হাতকৰ্ণ > কাণ ইত্যাদি।
Vernacular words distorted from original language like Sanskrit.
- তধাউৰিNoun
বিমোৰ বা বিতত হোবা অবস্হা; বিস্মিত হোবা অবস্হা
state of being lost in amazement
- তধামূৰিNoun
বিমোৰ বা বিতত হোবা অবস্হা; বিস্মিত হোবা অবস্হা
state of being lost in amazement
- তনtanaNoun
তিৰোতাৰ পিয়াহ; শুন; দুদু; যেনে -"ডম্বৰু কঙ্কাল বুলন্তে হালয় তনৰো বসন লৰে" (দশম)
the female breast
- তনিকাMaterial Noun
মৰাপাট অথবা আন কোনো আঁহেৰে নিৰ্মিত সৰু জৰী ।
A lightweight cord usually made of fiber, used for fastening, tying, or lacing.
- তনিমাtanimāNoun
সূক্ষ্মতা; কৱশতা
minuteness; ; slenderness
- তনুtanuNoun
শৰীৰ; গা; দেহ
the body
- তনুচ্ছদto.nus.sodMaterial Noun
ৰণুৱাৰ গাত পিন্ধা ধাতুৰ চোলাজাতীয় আভৰণ; আজিকালি ধাতুৰ সলনি অন্য কঠিন বস্তুও ব্যৱহাৰ কৰা দেখা যায়|
Protective covering made of metal and used in combat; now a days some other hard materials are also used for the same purpose.