← ফুৰি যাওকতনুtanuঅৰ্থ1.শৰীৰ; গা; দেহthe bodyবি.সমাৰ্থক শব্দতনূ · tanū2.পাতল; সেৰেঙা; ডাঠ নোহোবাnot closely placed; thinবিণ.সমাৰ্থক শব্দতনূ · tanū3.লাহী; কৱশ; সৰু আকৱতিৰslenderবি.সমাৰ্থক শব্দতনূ · tanūউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ