← ফুৰি যাওক

তন

tana

অৰ্থ

1.

তিৰোতাৰ পিয়াহ; শুন; দুদু; যেনে -"ডম্বৰু কঙ্কাল বুলন্তে হালয় তনৰো বসন লৰে" (দশম)

the female breast

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তন · অসমীয়া অভিধান