কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছাইদানিsai.da.niMaterial Noun
চুৰট চিগাৰেট আদিৰ ছাই পেলোৱা পাত্ৰ ।
a receptacle for tobacco ashes of smokers.
- ছাইমাৰMaterial Noun
কল গছৰ বাকলি অথবা মূঢ়া শুকুৱাই পুৰিলে ওলোৱা চাইত পানী দি থৈ পিছত তাৰ পৰা নিজৰি ওলোৱা খাৰ পানী । কেতিয়াবা কলৰ বাকলিৰ পৰাও কলাখাৰ বনোৱা হয় ।
An alkaline solution usually made from filtration of water through ash. The ash for this process is prepared by burning dried banana bark, banana tree bark, root etc.
- ছাইৰেনchāirenaNoun
কামলৈ মাতিবলৈ বা আনভাবে সাবধান কৰিবলৈ বজোবা যন্ত্ৰ।
siren
- ছাউনিchāuniNoun
ঘৰৰ ছাল খেৰেৰে ঢকা কাৰ্য্য; ঘৰ ছোবা কাৰ্য্য
the act of thatching
- ছাউনীchāunīNoun
বাহৰ; সৈন্য থকা ঠাই
cantonment
- ছাঊনীsau.niAbstract Noun
স্থায়ীভাৱে সৈন্য ৰখা সামৰিক কেন্দ্ৰ
A permanent military station where troops are lodged
- ছাকনিNoun
ছেকনি।
- ছাকনীMaterial Noun
চাহৰ সৰু সৰু দানা চেকিবৰ কাৰণে ব্যৱহাৰ কৰা সৰু সৰু ফুটা থকা আহিলা৷
A tea strainer is a type of strainer that is placed over or in a teacup to catch tea leaves.
- ছাকিনchākinaNoun
বাসস্হান; থকা ঠাই
address; residence
- ছাকীchākīNoun
সূৰা-পৰিবেশক।
- ছাগchāgaNoun
এবিধ পোহনীয়া জন্ত্ত; ছাগল
a male goat
- ছাগবাহনsa.go.ba.honMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- ছাগলডাঢ়িsa.gol.da.riMaterial Noun
a man's beard trimmed to a tuft or point on the chin
- ছাগলাদুৰিchāgalāduriNoun
এবিধ বনৰীয়া সৰু গছ
a kind of wild plant
- ছাগলী পোৱালিsa.go.li po’.wa.liCommon Noun
ছাগলীৰ সৰু পোৱালি ৷
A young or juvenile of a goat.
- ছাগলী-খুঁটিchāgalī-khum̐ṭiNoun
যঁতৰৰ পাতত থিয়কৈ লগোবা খুঁটি দুটা, য'ত যঁতৰৰ শলা লগাই ঘুৰোবা হয়।
- ছাগলী-শিঙীয়াchāgalī-śiṅīẏāNoun
ছাগলীৰ শিঙৰ নিচিনা সৰু, জোঙা আৰু দীঘলীয়া
resembling a goat's horn
- ছাগলীচোৰsa.go.li.so’rCommon Noun
(গোহালি, গঁড়াল আদিৰ পৰা)গৰু-ছাগলী চুৰ কৰা চোৰ।
a thief who steals farm animals like cow, goat etc; a cattle thief.
- ছাগলীৰ মঙহsa.go.lir mongohMaterial Noun
NULL
the flesh of goats or sheeps used as food
- ছাগলীৰখীয়াsa.go.lo.ro.khi.yaCommon Noun
ছাগলী চোৱাচিটা কৰা লোক।
one who looks after or takes care of a group of goats.