← ফুৰি যাওক

ছাউনি

chāuni

অৰ্থ

1.

ঘৰৰ ছাল খেৰেৰে ঢকা কাৰ্য্য; ঘৰ ছোবা কাৰ্য্য

the act of thatching

বি.

2.

ঘৰৰ ওপৰত দিয়া খেৰৰ ঢাকনি

thatch

বি.

3.

ঘৰ ছোবাৰ ৰেছ

wages for thatching

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ