কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আইāiNoun
জনম দিয়া মাতৱ
mother
- আই আই টিai ai tiProper Noun
অভিযান্ত্ৰিক শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ শিক্ষানুষ্ঠান৷
Indian Institute of Technology.
- আই পি এai pi eProper Noun
যিকোনো ভাষাৰ উচ্ছাৰণ বুজাবলৈ ব্যৱহাৰ কৰা আন্তৰ্ৰাষ্ট্ৰীয় লিপি।
an internationally recognised phonetic alphabet used to show the pronunciation of words in any language.
- আই-দেউতাNoun
ডাঙৰ লোকৰ তিৰোতাক মতা মাত; আইচু-দেউতা
a term used in addressing the wife of a noble- man
- আই-ধৰ-বাই-ধৰāi-dhara-bāi-dharaNoun
নিৰুপায় হোবা অবস্হা; বিতত হবন; ব্যাকুলতা
state of being at a loss as to what to do
- আই-ফালāi-phālaNoun
মাতৱৰ সম্বন্ধ; . যেনে-আই-ফালৰ কুটুম, বোপাই-ফালৰ কুটুম।
connection with mother
- আই-বোপাইCommon Noun
আই-বোপাই দুয়ো(কে) একেলগে৷
a term that refers to both mother and father.
- আই. আই. টি.Material Noun
A group of autonomous public technical and research universities in India known for their engineering and technology programs.
- আই.চি.ইউai.si.iuProper Noun
কঠিন ৰোগী বা গুৰুতৰভাৱে আহত লোকক সকলো সময়তে চোৱা-চিতা আৰু চিকিৎসা কৰা চিকিৎসালয়ৰ কৰা এটা বিশেষ শাখা ৷
A specialized section of a hospital containing the equipment, medical and nursing staff, and monitoring devices necessary to provide intensive care.
- আইকিউAbstract Noun
মানৱ বুদ্ধিমত্তা মূল্যায়ন কৰিবলৈ তৈয়াৰ কৰা কেতবোৰ প্ৰামাণিক পৰীক্ষাৰ মুঠ নম্বৰ৷
a total score derived from a set of standardized tests or subtests designed to assess human intelligence.
- আইচ ক্ৰীমProper Noun
বৰফৰ দৰে চেঁচা, গাখীৰ, চেনি বা অন্যান্য ফলেৰে তৈয়াৰ কৰা এবিধ খাদ্য ৷
a frozen food containing cream or milk and butterfat, sugar, flavoring, and sometimes eggs.
- আইচ হকীAbstract Noun
a game played on ice between two teams of six skaters each, the object being to score goals by shooting a puck into the opponents` cage using a stick with a wooden blade set at an obtuse angle to the shaft.
- আইচটিāicaṭiNoun
অতপালি; হাইচটি
indecent behaviour
- আইচলেণ্ডais.lendProper Noun
ইংলেণ্ডৰ উত্তৰে প্ৰশান্ত মহাসাগৰৰ আৰু উত্তৰ মহাসাগৰৰ মাজত এখন দ্বীপৰাষ্ট্ৰ।
Iceland is a Nordic country between the North Atlantic and the Arctic Ocean.
- আইচুai.suCommon Noun
বৰ সন্মান দেখাবৰ কাৰণে ব্যৱহৃত আহোম ডাঙৰীয়া বা আন বৰলোকৰ ভাৰ্য্যাৰ উপাধি ৷
the title of an Ahom or other married lady of high rank.
- আইচু-দেউতাai.si-deu.taCommon Noun
বৰ সন্মান দেখাবৰ কাৰণে ব্যৱহৃত আহোম ডাঙৰীয়া বা আন বৰলোকৰ ভাৰ্য্যাৰ উপাধি ৷
the title of an Ahom or other married lady of high rank.
- আইচু-দেওai.su-deuCommon Noun
বৰ সন্মান দেখাবৰ কাৰণে ব্যৱহৃত আহোম ডাঙৰীয়া বা আন বৰলোকৰ ভাৰ্য্যাৰ উপাধি ৷
the title of an Ahom or other married lady of high rank.
- আইচ্ক্ৰিমais.krimProper Noun
বৰফৰ দৰে চেঁচা, গাখীৰ, চেনি বা অন্যান্য ফলেৰে তৈয়াৰ কৰা এবিধ খাদ্য ৷
a frozen food containing cream or milk and butterfat, sugar, flavoring, and sometimes eggs.
- আইজংCommon Noun
এবিধ ধান বা তাৰ চাউল
a variety of paddy
- আইজনীai.jo.niPronoun
সৰু ছোৱালীক মৰমেৰে মতা নাম
Assamese Gurdians used to call their girl child by these words