← ফুৰি যাওক

আই

āi

অৰ্থ

1.

জনম দিয়া মাতৱ

mother

বি.

2.

ঈশ্বৰৰ ভাৰ্য্যা; দেবী; গুৰুভাৰ্য্যা; মাতৱতূল্য তিৰোতা

a word used in addressing a goddess or the wife of a respectable person

বি.

3.

মাইকী মানুহক বা ছোবালীক মৰমেৰে মতা শব্দ।

বি.

4.

বসন্ত ৰোগ [ইয়াৰ কেইবাটাও জাতি; যেনে- বৰ-আই, মাজু-আই, সৰু-আই, নুতি, পান চামৰী। আই-ওলোবা মানুহকো "আই" বুলি কোনোবে মাতে।]

বি.

সমাৰ্থক শব্দ

5.

শীতলা দেবী বা শক্তি-দেবী।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ