কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শূইনxu.inAbstract Noun
একো নথকা বুজাবলৈ ব্যৱহাৰ কৰা এটা মৌলিক সংখ্যা ৷
A cardinal number indicating the absence of any or all units under consideration.
- শূকMaterial Noun
উদ্ভিদৰ গাত থকা নোমজাতীয় শুং
a bristle-like appendage of a plant
- শূকৰśūkaraNoun
গাহৰি; বৰা
a hog; a bear
- শূকৰীxu.ko.riCommon Noun
প্ৰাপ্তবয়স্কা মাইকী গাহৰি৷
an adult female swine.
- শূদিৰśūdiraNoun
হিন্দুৰ চাৰিটা প্ৰধান জাতৰ এজাত
one of the four principal castes of the Hindus
- শূদ্ৰśūdraNoun
হিন্দুৰ চাৰিটা প্ৰধান জাতৰ এজাত
one of the four principal castes of the Hindus
- শূদ্ৰকxud.rokProper Noun
পৌৰাণিক ভাৰতৰ এজন ৰজা আৰু নাট্যকাৰ৷ তেওঁৰ দ্বাৰা ৰচিত মৃচ্ছকটিকা বা মাটিৰ ৰথ অতি জনপ্ৰয় নাটক৷
A king of ancient India, playwright and novelist. Three Sanskrit plays are ascribed to him - Mricchakatika (The Little Clay Cart), Vinavasavadatta, and a bhana (short one-act monologue), Padmaprabhritaka. Sudraka has been identified as the pen name of an Abhira king from the third century CE, either Indranigupta, or Shivadatta, father of Ishvarasena.
- শূদ্ৰাণীśūdrāṇīNoun
শূদ্ৰ-পত্নী।
- শূন্য মৌলকক্ষNoun
শূন্য মৌলকক্ষ
শূন্য মৌলকক্ষ
- শূন্য সংহতিxu.nyo xong.ho.tiAbstract Noun
A null set is a set that is negligible for the purposes of the measure in question. The term "null set" is sometimes also used to refer to the empty set. Alternatively, it may be used for any notion of negligible set.
- শূন্য স্থানAbstract Noun
থাকিব লগীয়া বস্তু বা উপাদান নথকা; কোনো বস্তুৰ অনুপস্থিতি
lacking contents which could or should be present; a complete absence of contents
- শূন্যকAbstract Noun
থাকিব লগীয়া বস্তু বা উপাদান নথকা; কোনো বস্তুৰ অনুপস্থিতি
lacking contents which could or should be present; a complete absence of contents
- শূন্যগামীxu.nyo.ga.miCommon Noun
এযোৰ ডেউকা (পাখি) সহায়ত উৰিব পৰা এবিধ উষ্ণৰক্তী অণ্ডজ প্ৰাণী ।
A warm-blooded, egg-laying, feathered vertebrate with the forelimbs modified to form wings.
- শূন্যতলxu.nyo.tolAbstract Noun
ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
the atmosphere and outer space as viewed from the earth
- শূন্যতাNoun
শূন্য অবস্হা বা গুণ
emptiness
- শূন্যবাদNoun
সংসাৰ মিছা, শূন্য; ঈশ্বৰ নাই, জীবও নাই এনে মত
the doctrine of nonentity of everything
- শূলśūlaNoun
জোঙা অস্ত্ৰ
a pointed weapon
- শূলপাণিśūlapāṇiNoun
শিব
a name of Śiva
- শূলাśūlāNoun
পেট খামোচ মাৰি ধৰা আৰু ঘনাই শৌচ হোবা এবিধ ব্যাধি; সঞ্চিত গ্ৰহণী
dysentery; chronic dysentery
- শূলা-হগুৰাNoun
শূলা ৰোগৰ কাৰণে ঘনে ঘনে শৌচ কৰি থকা মানুহ
a person suffering from chronic dysentery