← ফুৰি যাওক

শূল

śūla

অৰ্থ

1.

জোঙা অস্ত্ৰ

a pointed weapon

বি.

2.

দোষীক প্ৰাণদণ্ড দিবলৈ থিয়কৈ পোতা বাঁহৰ বা কাঠৰ জোঙা শাল

a stake for impaling criminals on

বি.

3.

পেটত খোচ মাৰি বা চিকুট মাৰি ধৰা এবিধ বেমাৰ

a sharp pain in the belly

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ