← ফুৰি যাওক

শূন্যতা

অৰ্থ

1.

শূন্য অবস্হা বা গুণ

emptiness

বি.

2.

আকাশ; একো নোহোবা ঠাই বা সময়

the sky; void; empty space

বি.

3.

অঙ্কশাস্ত্ৰত একো নোহোবা বুজাবলৈ ব্যবহাৰ কৰা এটা ঘূৰণীয়া চিন বা অঙ্ক; " "

o ; cipher

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শূন্যতা · অসমীয়া অভিধান