কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সম্প্ৰ্ৰদানxom.pro.danAbstract Noun
বৈদিক প্ৰথা অনুযায়ী হোৱা বিয়াত কণ্যাৰ দেউতাক বা অভিভাৱকে কণ্যাক দৰাৰ হাতত গতাই দিয়া বিশেষ সময়৷
(in Hindu Veidic marriage)the special moment when the bride's father (or her gurdian) formally gives her to the bridegroom.
- সম্পৰ্কsamparkaNoun
সম্বন্ধ; সম্বন্ধ; মিত্ৰতা
relation
- সম্পৰ্কীয়xom.por.ki.yoCommon Noun
তেজ (অৰ্থাৎ বংশ) বা বিবাহ-সূত্ৰে সম্বন্ধ থকা লোক।
a person who is connected with another or others by blood or marriage.
- সম্বন্ধsambandhaNoun
সম্বন্ধ; সম্পৰ্ক; মিত্ৰতা; কুটুম্বিতা
relationship
- সম্বন্ধীয়xom.bon.dhi.yoCommon Noun
তেজ (অৰ্থাৎ বংশ) বা বিবাহ-সূত্ৰে সম্বন্ধ থকা লোক।
a person who is connected with another or others by blood or marriage.
- সম্বলsambalaNoun
সমল।
- সম্বাদsambādaNoun
বাৰ্ত্তা; বাতৰি; সমাচাৰ; খবৰ; . সম্বাত-পত্ৰ বাতৰি-কাকত
news ; newspaper
- সম্বাদপত্ৰxom.bad.pot.roMaterial Noun
দৈনিক অথবা সাপ্তাহিক প্ৰকাশিত কাকত য’ত প্ৰাসাঙ্গিক খবৰ, চিন্তন, আলোচনা, প্ৰৱন্ধ আদি থাকে৷
A publication, usually issued daily or weekly, containing current news, editorials, feature articles, and usually advertising
- সম্বিৎsambitNoun
চেতনা; জ্ঞান
consciousness
- সম্বুদ্ধxom.bud.dhoProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- সম্বোধনsambodhanaNoun
আহ্বান; মতা কাৰ্য্য; মাত লগোবা কাৰ্য্য
act of addressing or acosting
- সম্বোধিsambodhiNoun
পৰম জ্ঞান
knowledge of the Supreme
- সম্বৎsambatNoun
প্ৰচলিত বছৰ (বিক্ৰম)
the current year
- সম্বৎসৰsambatsaraNoun
এবছৰ; পুৰা বছৰ
a full year
- সম্বৰsambaraNoun
এজাতি হৰিণা পন্হ
a kind of deer
- সম্বৰণsambaraṇaNoun
সামৰণ; এৰণ; দমন; সংযমন
act of giving up; abandonment; control; restraint
- সম্বৰাসুৰxom.bo.ra.xurProper Noun
বিভিন্ন আখ্যান, কিংবদন্তি আৰু সিঁচৰতি হৈ থকা প্ৰাচীন স্মৃতিচিহ্নৰ সম্ভেদ মতে মহীৰংগ দানৱ প্ৰাচীন অসমৰ ৰজা আছিল আৰু পিছলৈ তেওঁৰ বংশৰ (দানৱ বংশ) ক্ৰমে হটকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামেৰে তিনিজন ৰজাই ৰাজত্ব কৰিছিল৷ দানৱ বংশৰ পাছত ঘটকাসুৰ সিংহাসনত বহে আৰু এটা নতুন বংশৰ পাতনি মেলে৷ ঘটকাসুৰক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা হয়৷
According to a late text, Kalika Purana (c. 9th–10th century AD), the earliest ruler of Assam was Mahiranga Danav of the Danava dynasty, (three more Danav king is known - Hatakasur, Sambarasur and Ratnasur)which was removed by Naraka of Mithila who established the Naraka dynasty.Ghatakasur was father of Narakasur.
- সম্বৰ্ত্তকsambarttakaNoun
হিন্দু শাস্ত্ৰমতে সাতোটা মেঘৰ এটা মেঘৰ নাম
the name of one of the seven clouds (Hindu myth)
- সম্বৰ্দ্ধনাxom.bor.dho.naAbstract Noun
ৰাজহুৱা অনুস্থানত সন্মান প্ৰদান কৰা কাৰ্য্য৷
Public respect or regard conferred as appreciation of some achievement
- সম্বৰ্ধনাAbstract Noun
ৰাজহুৱা অনুস্থানত সন্মান প্ৰদান কৰা কাৰ্য্য৷
Public respect or regard conferred as appreciation of some achievement