সম্বন্ধ
sambandha
অৰ্থ
1.
সম্বন্ধ; সম্পৰ্ক; মিত্ৰতা; কুটুম্বিতা
relationship
বি.
2.
সঙ্গ; সংসৰ্গ
connection; intercource
বি.
3.
ষষ্ঠী বিভক্তিৰ পদ; . সম্বন্ধী বিণ. সম্বন্ধীয়; সম্পৰ্ক থকা; . সম্বন্ধিনী।
the possessive case ; related to
বি.
4.
ঘৈণীয়েকৰ ককায়েক; . সম্বন্ধীয়, সম্বন্ধীয়া বিণ. সম্পৰ্কীয়; সগা-ভগা; আত্মীয়
brother-in-law ; connected with; related to
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ