কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কল্ঢপ্-কল্ঢপ্kalḍhap-kalḍhapNoun
কলপ্ কলপ্; কষ্টত মুখ মেলি উশাহ লোবা কাৰ্য্য।
- কল্পkalpaNoun
হিন্দু শাস্ত্ৰমতে ব্ৰহ্মাৰ এদিন আৰু এৰাতি অৰ্থাৎ
- কল্প-দ্ৰুমkalpa-drumaNoun
কল্পতৰু।
- কল্প-সাহিত্যkol.po-xa.hi.tyoAbstract Noun
কোনো গল্প, উপন্যাস বা তেনেধৰণৰ লিখনি যি কোনো কাল্পনিক ধাৰণাৰ ওপৰত আধাৰিত৷
A piece of literary writing with story and characters imagined by the author
- কল্পকCommon Noun
লোকৰ চুলি-ডাড়ি কাটি জীৱিকা নিৰ্বাহ কৰা ব্যক্তি |
One whose business is to cut hair and to shave or trim beards.
- কল্পচিত্ৰkol.po.si.troAbstract Noun
মনত ভাষাৰে অঁকা ছবি| পঢ়া, চিন্তাকৰা বা শুনাৰ সময়ত কোনো বস্তু, কাৰ্য্য, ভাব-অনুভূতি, আঁচনি আদি বিষয়ে মনত ভাষাৰ সহায়ত সৃষ্টিহোৱা ছবি।
mental picture; language that produces picture (of objects, actions, feelings, thoughts, ideas, states of mind or any sensory or extra sensory experience) in the mind of people while thinking, reading or listening.
- কল্পজিৎCommon Noun
যাৰ আশা-আকাংক্ষা সফল হৈছে
one whose desires have been fulfilled
- কল্পজ্যোতিAbstract Noun
কল্পনাৰ কান্তি
the charm of fancy
- কল্পটুবাkalpaṭubāNoun
কল গছৰ বাকলি
the sheath of the plantain tree
- কল্পতৰুkalpataruNoun
হিন্দু শাস্ত্ৰমতে এজোপা স্বৰ্গৰ গছ [সি যেয়ে যিহকে বাঞ্ছা কৰে তাকে দিয়ে]
a fabulous tree of heaven supposed to yield whatever is asked for
- কল্পদ্ৰুম্kolpo.drumAbstract Noun
এজোপা স্বৰ্গৰ গছ সি যেইয়ে যিহকে বিচাৰে তাকে দিয়ে
A fabulous tree in heaven which yields whatever is asked for
- কল্পনাkalpanāNoun
কৰিবৰ কাৰণে মনত ভবা বা স্হিৰ কৰা কথা; বাঞ্ছা
a plan; speculation
- কল্পনা বিলাসAbstract Noun
অলীক কল্পনা; দিনতে (অৰ্থাৎ সাৰ পাই থাকোঁতে) দেখা সপোন ।
A dreamlike musing or fantasy while awake, especially of the fulfillment of wishes or hopes.
- কল্পনাজগতAbstract Noun
এক মনোৰম কিন্তু অবাস্তৱিক অৱস্হা বা কাল্পনিক ঠাই।
a pleasent but unrealistic situation that exists only in mind, a beautiful place imagined in dream.
- কল্পনাথkalpanāthaNoun
এবিধ দৰবত লগা তিতা গছ
a bitter medicinal plant
- কল্পনাশক্তিkol.po.na.xok.tiAbstract Noun
a mental image or conception
- কল্পবিজ্ঞানkol.po.big.yanAbstract Noun
বৈজ্ঞানিক জ্ঞান আৰু সম্ভাৱনাৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা সাহিত্যৰ এক ৰূপ
a form of fiction that draws imaginatively on scientific knowledge and speculation in its plot, setting, theme, etc.
- কল্পবৃক্ষkolpo.brikshoAbstract Noun
এজোপা স্বৰ্গৰ গছ সি যেইয়ে যিহকে বিচাৰে তাকে দিয়ে
A fabulous tree in heaven which yields whatever is asked for
- কল্পলোকAbstract Noun
এক মনোৰম কিন্তু অবাস্তৱিক অৱস্হা বা কাল্পনিক ঠাই।
a pleasent but unrealistic situation that exists only in mind, a beautiful place imagined in dream.
- কল্পসূত্ৰkol.po.xut.roProper Noun
জৈনসকলৰ, বিশেষকৈ শ্বেতাম্বৰ পন্থীসকলৰ মূল ধৰ্ম গ্ৰন্থ৷
Jain text containing the biographies of the Jain Tirthankaras, notably Parshvanath and Mahavira, including the latter`s Nirvana. Bhadrabahu-I is considered the author of the text and it is traditionally said to have been composed about one hundred and fifty years after Nirvana of Mahavira (traditionally 599 – 527 BCE).