← ফুৰি যাওক

কল্প

kalpa

অৰ্থ

1.

হিন্দু শাস্ত্ৰমতে ব্ৰহ্মাৰ এদিন আৰু এৰাতি অৰ্থাৎ

বি.

2.

যুগ বা 4,320,000,000 বছৰ [দিনত ব্ৰহ্মাণ্ডৰ সৱষ্টি আৰু ৰাতি তাৰ লয় হয়; এই সৱষ্টি আৰু লয়ৰ নাম কল্প]

a day and night of Brahmā which amounts to 1,000 yugas or 4,320,000,000 years

বি.

3.

দুটা সমান কাৰ্য্য, যাৰ এটা কৰিলে আনটো এৰা পৰে; যেনে-"স্কুল বন্ধ হ'লে ঘৰত থকা এটা কল্প আৰু বিদেশলৈ যোবাও এক কল্প"

an alternative

বি.

4.

কামনা; বাঞ্ছা

a wish

বি.

5.

(পু. অ.) কলপ; গাৰ ছাল।

বি.

6.

(পু. অ.) সক. ধা. ৰচনা কৰা; সৱষ্টি কৰা; যেনে-"পাছে নাৰায়ণ- ৰূপে তাত ভগবন্ত। প্ৰবেশিয়া চতুৰ্দ্দশ লোক কল্পিলন্ত" (ভাগবত

বি.

7.

য় স্কন্ধ)

to create

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ