কল্পতৰু
kalpataru
অৰ্থ
1.
হিন্দু শাস্ত্ৰমতে এজোপা স্বৰ্গৰ গছ [সি যেয়ে যিহকে বাঞ্ছা কৰে তাকে দিয়ে]
a fabulous tree of heaven supposed to yield whatever is asked for
বি.
2.
অতিশয় দানী পুৰুষ; সমস্ত কামনা পূৰণ কৰোঁতা; যেনে-"শ্ৰীমন্ত শঙ্কৰ হৰি-ভকতৰ, জানা যেন কল্পতৰু" (নামঘোষা)
a very liberal person; one fulfilling all desires
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ