কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিষাদিতAdjective
বেজাৰ লগা; দুখিত; মন-মৰা
sorrowful; cheerless
- বিষুৱীয়Proper Adj.
বিষুৱ ৰেখাৰ, বিষুৱ ৰেখাত, বিষুৱ ৰেখাৰ ওচৰত
of, at or near the equator
- বিষ্ঠাপ্ৰিয়Proper Adj.
A organism that lives or thrives on feces of another organism
- বিষ্ণু-পাদোদকীAdjective
বিষ্ণুৰ ভৰি ধোবা পানীৰপৰা হোবা (গঙ্গা)
arising out of the water with which Viṣṇu's feet are washed everyday
- বিষয়-সাৰমূলকProper Adj.
বিষয় বা কোনো বিশেষ বিষয় থকা বা ইয়াৰ সৈতে জড়িত৷
having or relating to subjects or a particular subject.
- বিষয়গতbi.xoy.go.toProper Adj.
of or pertaining to something that can be known with certainty, independent of thoughts or opinions
- বিষয়নিষ্ঠbi.xoy.nis.toProper Adj.
of or pertaining to something that can be known with certainty, independent of thoughts or opinions
- বিষয়াসক্তbi.xo.ya.xok.toVerbal Adj.
সংসাৰ সুখ বা সাংসাৰিক কামৰ প্ৰতি আসক্ত।
attracted to worldly objects or pursuits.
- বিষয়ীbiṣaẏīAdjective
সংসাৰ সুখত বা কামত আসক্ত; বিষয়াসক্ত
devoted to worldly objects or pursuits
- বিষয়ীগতbi.xo.yi.gitProper Adj.
ব্যতিগত ধ্যান ধাৰণা, অনুভূতিৰ ওপৰত প্ৰতিস্থিত
based on or influenced by personal feelings, tastes, or opinions."his views are highly subjective"
- বিসঁচীয়াAdjective
বেয়া সঁচৰপৰা উৎপন্ন; বিজতৰীয়া
of bad origin; degenerate
- বিসংগতিbi.xong.go.tiAbstract Noun
শৰীৰৰ সকলো কাম অনিয়মীয়া হোৱা বা ইয়াৰ কাৰণ, যি ৰোগ সৃষ্টি কৰে।
an irregular way of functioning of the body or its cause that creates an illness.
- বিসংবাদীAdjective
বিৰুদ্ধবাদী; বিবাদী।
- বিসঙ্গতbisaṅgataAdjective
অনুচিত; অযুগুত; অন্যায়
unreasonable
- বিসঙ্গতিপূৰ্ণbi.xong.go.ti.pur.noProper Adj.
পৰস্পৰ বিৰোধী
differing radically from one another
- বিসদৃশbi.xo.drixProper Adj.
এটাৰ আনটোৰ লগত চৰিত্ৰ, গুণা-গুণ, বা অৱয়বৰ মিল নথকা ৷
Not the same as another or each other; unlike in nature, form, or quality.
- বিসদৱশbisadawaśaAdjective
বিভিন্ন; পৱথক
different
- বিসম্বাদীAdjective
বিৰুদ্ধবাদী; বিবাদী।
- বিসোবাদbisobādaAdjective
একো সোবাদ নথকা বা বেয়া সোবাদৰ
distasteful or insipid
- বিসোৱাদbi.xo’.badProper Adj.
উপযুক্ত সোৱাদ নোহোৱা৷
lacking taste or flavor.