← ফুৰি যাওক

বিসংগতি

bi.xong.go.ti

অৰ্থ

1.

শৰীৰৰ সকলো কাম অনিয়মীয়া হোৱা বা ইয়াৰ কাৰণ, যি ৰোগ সৃষ্টি কৰে।

an irregular way of functioning of the body or its cause that creates an illness.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

কোনো দোষ বা বিসংগতি থকা ৷

Having a defect or flaw.

প্ৰকৃত বিশেষণ

3.

স্বাভাৱিক আচৰণ বা আচাৰ-ব্যৱহাৰৰ পৰা বেলেগ হোৱা

a departure from normal practice or behaviour

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিসংগতি · অসমীয়া অভিধান