← ফুৰি যাওক

বিসঙ্গত

bisaṅgata

অৰ্থ

1.

অনুচিত; অযুগুত; অন্যায়

unreasonable

বিণ.

2.

আচল; বিজুতি; অসুবিধাযুক্ত

inconvenient; uncomfortable

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিসঙ্গত · অসমীয়া অভিধান