কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বৰণ ধৰ্bo.ron dhorVerb-Trans.
নতুন ৰঙেৰে ৰঞ্জিত হ
to take a new colour
- বৰণ লbo.ron loVerb-Trans.
নতুন ৰঙেৰে ৰঞ্জিত হ
to take a new colour
- বৰব্barabIntransitive verb
বৰষুণ দি; বৱষ্টি দি
to rain
- বৰমোহ্baramohIntransitive verb
ৰ'দ-বৰষুণত থকা বাবে পচি বা ভেঁকুৰি কোমল হ
to rot; to be mildewed
- বৰশী টোপাVerbal Noun
বৰশীত টোপ দি তাক পানীত পেলাই মাছক খাবলৈ দি মাছ ধৰা কাৰ্য৷
the act of catching fish with a hook and line.
- বৰশী বাbo.ro.xi baVerb-Intran.
বৰশীত টোপ দি তাক পানীত পেলাই মাছক খাবলৈ দি মাছ ধৰ্ |
to fish with a hook and line
- বৰশী বোৱাbo’’.ro’’.xi bo’.waVerbal Noun
বৰশীত টোপ দি তাক পানীত পেলাই মাছক খাবলৈ দি মাছ ধৰা কাৰ্য৷
the act of catching fish with a hook and line.
- বৰষ্bo.roxVerb-Trans.
বৰষুণ পৰ্ বা বৰষুণৰ নিচিনা ধাৰে আৰু অধিক পৰিমাণে নিক্ষেপ কৰ্
to fall (of rain or) like rain
- বৰাbarāNoun
গাহৰি
a boar, sow or pig
- বৰাবৰbarābaraAdverb
সদায়
always
- বৰ্bar
সত. ধা স্বামী বাছি ল
to select as a husband
- বৰ্খাস্ত কৰ্bor.khas.to korVerb-Trans.
চাকৰি বা কামৰপৰা বাহিৰ কৰ্৷
To dismiss from employment
- বৰ্গীকৰণbor.gi.ko.ronVerbal Noun
The act of arranging things into a class or classes
- বৰ্জনbor.jonVerbal Noun
ৰাজনৈতিক কাৰণত বস্তু কিনা, বেচা বা ব্যৱহাৰ কৰাৰ পৰা ব্যাহত থকা ৷
To abstain from or act together in abstaining from using, buying, or dealing with as an expression of protest or disfavor or as a means of coercion.
- বৰ্জন কৰ্bor.jon korVerb-Trans.
to refuse to have, take, recognize
- বৰ্জ্barjTransitive verb
এৰ্; ত্যাগ কৰ্
to exclude; to abandon
- বৰ্জ্জিতbor.ji.toVerbal Adj.
পুনৰ ঘূৰি নহাৰ মানসেৰে এৰি যোৱা
left without intending to return or unattended
- বৰ্জ্যbor.jyoProper Adj.
পৰিত্যাগ কৰিবলগীয়া অথবা অলাগতিয়াল হিচাবে এৰিবলগীয়া ৷
Fit to be excluded or left unused.
- বৰ্ণক্ৰমানুসাৰেbor.no.kro.ma.nu.xa.reAdverb
বৰ্ণ বা আখৰৰ ক্ৰম অনুযায়ী
in the order of the letters of the alphabet
- বৰ্ণক্ৰমানুসৰিbor.no.kro.ma.nu.xo.riAdverb
বৰ্ণ বা আখৰৰ ক্ৰম অনুযায়ী
in the order of the letters of the alphabet