← ফুৰি যাওক

বৰ্

bar

অৰ্থ

1.

সত. ধা স্বামী বাছি ল

to select as a husband

2.

আগ বঢ়াই আন্; অভ্যৰ্থনা কৰ্; আদৰ্

to welcome formally or ceremoniously

সক. ধা.

3.

কোনো কাৰ্য্য, বিশেষকৈ ধৰ্ম্ম-কাৰ্য্য কৰিবলৈ প্ৰতিনিধি নিযুক্তকৰ্

to appoint to do a work or religious ceremony

4.

ৰজা বা শ্ৰেষ্ঠ বুলি স্বীকাৰ কৰ্; অধীনতা স্বীকাৰ কৰ্; তলতীয়া হ

to acknowledge allegiance or superiority

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ