← ফুৰি যাওক

বৰা

barā

অৰ্থ

1.

গাহৰি

a boar, sow or pig

বি.

2.

বানিবলৈ নিয়া বা খুবলিত পেলোবা ধান

paddy ready to be husked

বি.

3.

এবিধ ক'লা বৰণৰ ধান [ ইয়াৰ উহুবা চাউল পানীত তিয়ালে কোমল হয় আৰু তাৰ জলপান খায়।]

a species of paddy

বি.

4.

আহোম ৰজাৰ দিনৰ কুৰিজন কাঁড়ীৰ ওপৰত থকা বিষয়া

an officer over twenty pāiks or labourers during the Āhom Rājā's time

বি.

5.

আদৰ বা মিলেৰে বশ কৰ্

to cause to consent to terms; to bring to allegiance

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বৰা · অসমীয়া অভিধান