কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খড়্গধাৰীkhaṛgadhārīNoun
দা বা তৰোবাল ধৰোঁতা; দা-ধৰা; তৰোবালেৰে যুদ্ধ কৰোঁতা
one carrying a sword; a swordsman
- খড়্গধৰkhaṛgadharaNoun
দা বা তৰোবাল ধৰোঁতা; দা-ধৰা; তৰোবালেৰে যুদ্ধ কৰোঁতা
one carrying a sword; a swordsman
- খড়্গপ্ৰহাৰkhaṛgaprahāraNoun
খড়্গাঘাত।
- খড়্গাঘাতkhaṛgāghātaNoun
তৰোবালৰ আঘাত
a sword cut
- খড়্গাধাৰkhaṛgādhāraNoun
তৰোবালৰ খাপ
a sheath for the sword
- খড়্গীkhaṛgīNoun
খড়্গধাৰী
swordsman
- খয়khaẏaNoun
ক্ষয়।
- খয়েৰkhaẏeraNoun
ৰং-বিশেষ।
- খয়ৰkhaẏaraNoun
ৰং-বিশেষ।
- খৰkharaNoun
খেৰ
straw
- খৰ গ্ৰহণীkhor gro.ho.niCommon Noun
তল পেট কামুৰি কামুৰি ঘনে ঘনে তেজ-সাঁও পৰা এবিধ ৰোগ ৷ এই বেমাৰ বিভিন্ন ধৰণৰ বেক্টেৰিয়া, পৰজীৱি, বা প্ৰট’জৱাৰ দ্বাৰা সংক্ৰমণৰ ফলত হয় আৰু সঘণাই জ্বৰ হয় ৷
An inflammatory disorder of the lower intestinal tract, usually caused by a bacterial, parasitic, or protozoan infection and resulting in pain, fever, and severe diarrhea, often accompanied by the passage of blood and mucus.
- খৰ-খেদাkhara-khedāNoun
লৰা-লৰি; খৰ-ধৰ; ততাতৈয়া; বেগা-বেগি
haste; hurry
- খৰ-গ্ৰহণীkhara-grahaṇīNoun
খৰ
dysentery
- খৰ-দূষণkhara-dūṣaṇaNoun
খৰ আৰু দূষণ; শূৰ্পনখাৰ সম্বন্ধীয়া ভাই-ককাই দুজন প্ৰসিদ্ধ ৰাক্ষস বীৰ
two Rākṣasa heroes
- খৰ-ধৰkhara-dharaNoun
খৰ-খেদা, লৰা-লৰি; বেগা-বেগি
haste; hurry
- খৰ-পাতNoun
জলকীয়াৰ পাতৰ নিচিনা পাতেৰে এবিধ ক্ষুদ্ৰ গছ [তাৰ পাত ঘঁহিলে খৰ ভাল হয়]
a kind of medical plant
- খৰ-পোচkhara-pocaAdjective
শীঘ্ৰে কাম কৰিব পৰা; খৰ্তকীয়া
prompt in doing
- খৰ-বাগৰkhara-bāgaraNoun
ওপৰলৈ ভৰি কৰি মৰা লুটি বা বাগৰ
a somersault
- খৰ-লুটিkhor-.lu.tiVerbal Noun
লুটি-বাগৰ মৰা কাৰ্য্য
The act of revolving by turning oneself over and over
- খৰকালিkharakāliNoun
খৰালি; বৰষুণ নোহোবা কাল; ষাৰিষাৰ বাহিৰে আন সময়; জাৰকালি
dry season