কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সুদক্ষxu.do.khyoProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently
- সুদীৰ্ঘsudīrghaAdjective
অতিশয় বা বৰ দীঘল
very long.
- সুদুৰ্লভsudurlabhaAdjective
অতি দুৰ্ল্লভ: সহজে পাবলৈ নোহোৰা
very scarce or rare.
- সুদূৰsudūraAdjective
বহু দূৰ
very far
- সুদূৰ-প্ৰসাৰীsu.dur-pro.xa.riProper Adj.
বহু দূৰলৈকে অথবা সুদীৰ্ঘ কাললৈকে প্ৰভাৱ থকা বা থাকিব পৰা
having an effect that spreads over a wide area or lasts for a long time
- সুদূৰকল্পিতProper Adj.
বিশ্বাস কৰাটো কঠিন আৰু সঁচা হোৱাৰ সম্ভাৱনা কম
difficult to believe
- সুদূৰপৰাহতxu.dur.po.ra.ho.toProper Adj.
কিবা সঁচা হোৱা বা ঘটিবৰ সম্ভাৱনা নথকা৷
something that can never happen or exist
- সুদৃঢ়xu.dri.hoProper Adj.
লৰচৰ নকৰি একে ঠাইতে থকা ৷
Not liable to fluctuate or move or especially to fall.
- সুদোলMaterial Noun
গ্লিছাৰলৰ ইষ্টাৰ আৰু ফেটি এছিদ, আৰু ইহঁতৰ লগত জড়িত জৈৱিক গোটেৰে গঠিত কোমল, কঠিন বা অৰ্দ্ধ-কঠিন জৈৱিক পদাৰ্থ
Any of various soft, solid, or semisolid organic compounds constituting the esters of glycerol and fatty acids and their associated organic groups
- সুদৰ্শনsudarśanaNoun
বিষ্ণুৰ চক্ৰ (অস্ত্ৰ)
the disc-like missile of Visnu.
- সুদৰ্শনাxu.dor.xo.naProper Adj.
having beauty (refered to a lady)
- সুদৰ্শিনীxu.dor.xi.niProper Adj.
having beauty (refered to a lady)
- সুদৱঢ়sudawaṛhaAdjective
অতিশয় কঠিন; বৰ টান
very firm or hard.
- সুধাময়xu.dha.moyMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- সুধীৰsudhīraAdjective
বৰ ধীৰ বা শান্ত; গম্ভীৰ
steady; cool and composed; grave.
- সুনিপুণsunipuṇaAdjective
অতি পটু
very expert.
- সুনিশ্চিতsuniścitaAdjective
ভালকৈ নিশ্চয় কৰা; সঠিক
well-ascertained.
- সুনীয়াsunīẏāAdjective
সোণেৰে সজা
made of gold.
- সুন্দৰsundaraAdjective
উত্তম; ভাল; মনোহৰ; দেখিবলৈ ধুনীয়া; সৌন্দৰ্য্য-যুক্ত; স্ত্ৰী. সুন্দৰী।
good; charming; good-looking; beautiful.
- সুন্দৰকৃতxun.dor.kri.toVerbal Adj.
যাক সুন্দৰ কৰি তোলা হৈছে
sth/sb made beautiful