← ফুৰি যাওক

সুধাময়

xu.dha.moy

অৰ্থ

1.

পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ

the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

অমৃতৰ দৰে, অৰ্থাৎ অতি মধুৰ আৰু সোৱাদ

like nectar, i.e. very sweet and pleasing

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সুধাময় · অসমীয়া অভিধান