কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিশ্বাসীAdjective
বিশ্বস্ত; বিশ্বাস কৰিব পৰা
trustworthy
- বিশ্বাস্যbis.sa.jyoProper Adj.
যাক বিশ্বাস বা ভৰষা কৰিব পৰা যায়
one who can be believed or relied upon
- বিশ্লেষণমূলকbis.le.xon.mu.lokProper Adj.
বিশ্লেষণ সম্পৰ্কীয়
Of or using analysis
- বিশ্লেষণাত্মকbis.le.xo.nat.mokProper Adj.
বিশ্লেষণ সম্পৰ্কীয়
Of or using analysis
- বিশ্ৰদ্ধbiśraddhaAdjective
গোপনীয়
secret
- বিশ্ৰান্তbiśrāntaAdjective
অতিশয় ভাগৰুবা; অত্যন্ত ক্লান্ত
in extreme fatigue
- বিশ্ৰীbis.riProper Adj.
দেখিবলৈ বেয়া, বেয়া গঢ়ৰ।
Unpleasant to the eye, ear or mind.
- বিশ্ৰুতAdjective
প্ৰখ্যাত; প্ৰসিদ্ধ; যেনে-"বিশ্ব-বিশ্ৰুত"।
- বিশৱঙ্খলbiśawaṅkhalaAdjective
শ্ৰেণী বা লানি ভগা; আউল- বাউল
disordered; scattered about
- বিষণ্ণbiṣaṇṇaAdjective
বেজাৰমুবা; বিষাদযুক্ত; বিমৰ্ষ
sad; cheerless
- বিষমbiṣamaAdjective
অসমান
unequal
- বিষমদৈশিকbi.xom.doi.xikProper Adj.
কোনো পদাৰ্থৰ ধৰ্ম বেলেগ বেলেগ দিশত সলনি হোৱা
having properties that differ according to the direction of measurement
- বিষমবাহুAdjective
বিষম বা অসমান বাহু থকা (ত্ৰিভুজ)
having unequal sides
- বিষহীনProper Adj.
দেহ বা মনত কোনো বিষ নোহোৱা৷
Not suffering mental or physical pain
- বিষাক্তbiṣāktaAdjective
বিহ-যুক্ত; বিহ-লগা
poisoned
- বিষাদগ্ৰস্তbi.xad.gros.toProper Adj.
দুখ আৰু নিৰানন্দ প্ৰকাশ কৰা বা ভুক্ত হোৱা
Affected or characterized by sorrow or unhappiness
- বিষাদঘনProper Adj.
নিজ পৰিয়ালৰ বা আত্মীয় কোনো ব্যক্তিৰ মৃত্যু অথবা অন্য দুখৰ বাবে শোক কৰি থকা|
In mourning because of the death or any other grief of a relation esp by a familygrief.
- বিষাদপূৰ্ণbi.xad.pur.noProper Adj.
দুখ আৰু নিৰানন্দ প্ৰকাশ কৰা বা ভুক্ত হোৱা
Affected or characterized by sorrow or unhappiness
- বিষাদময়bi.xad.moyProper Adj.
ক্ষুদ্ৰাকাৰ, নিকৃষ্ট গুণাগুণ, বেয়া অৱস্থা আদিৰ বাবে দুখ বা পুতৌ কৰিব লগীয়া
evoking or deserving contempt by smallness, poor quality, etc
- বিষাদাচ্ছন্নbi.xa.da.son.noProper Adj.
দুখ আৰু নিৰানন্দ প্ৰকাশ কৰা বা ভুক্ত হোৱা
Affected or characterized by sorrow or unhappiness