বিষম
biṣama
অৰ্থ
1.
অসমান
unequal
বিণ.
2.
বিষুৰীয়া (সংখ্যা)
odd
বিণ.
3.
বেয়া; অসত; দুষ্ট
wicked
বিণ.
4.
কঠোৰ; উগ্ৰ; টান; বেয়া ৰকমৰ
of bad type; serious; excessive
বিণ.
5.
বিপৰীত; নুবুজা; যেনে-"চিৰকাল প্ৰাণীঃ একত্ৰে নথকাঃ বিষম দৈবৰ গতি" (দশম)
opposite; contrary
বিণ.
6.
বিৰোধ; যেনে-"হৰি বিষম ভৈলন্ত" (ৰত্নাবলী)।
বিণ.
7.
সাহিত্যৰ অলঙ্কাৰ-বিশেষ [যেতিয়া কাৰ্য্য আৰু কাৰণৰ গুণ-ক্ৰিয়া বিৰুদ্ধভাবে বৰ্ণনা কৰা হয়, অৰ্থাৎ কাৰণৰ স্বাভাবিক ফলে দেখা নিদি বিপৰীত ফল প্ৰকাশ হয় তাক বিষম অলঙ্কাৰ বুলি কোবা হয়।]।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ