বিশ্বাস্য
bis.sa.jyo
অৰ্থ
1.
যাক বিশ্বাস বা ভৰষা কৰিব পৰা যায়
one who can be believed or relied upon
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
দেখাত শুদ্ধ, যুক্তিপূৰ্ণ বা নিৰ্ভৰ কৰিব পৰা ব্যাখ্যা বা কৈফিয়ৎ, যি দৰাচলতে সঁচা হোৱাৰ সম্ভাৱনা থাকে
(of an explanation or excuse)seems to be apparently reasonable or convincing, likely to be true.
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ