কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কৌতূহলোদ্দীপকkou.tu.ho.lo’d.di.pokProper Adj.
অগতানুগতিক বিশেষত্ব থকাৰ বাবে জানিবলৈ আগ্ৰহ জন্মাব পৰা ৷
Arousing interest because of novelty, strangeness or peculiarity.
- কৌমীkou.miProper Adj.
যিকোনো বা এটা বিশেষ জাতি বা ৰাষ্ট্ৰৰ
Of a, or the, nation
- কৌলিকkaulikaAdjective
বংশানুগত; কোনো এক বিশেষ বংশ বা জাতি- সম্বন্ধীয়; কোনো বংশ বা জাতিৰ ভিতৰত চলিত
relating to a particular family or tribe
- কৌলীনkaulīnaAdjective
উচ্চ্ বংশজাত
belonging to a noble family
- কৌশলগতkou.xol.go.toProper Adj.
কোনো কৌশলৰ সৈতে জড়িত
Of or promoting a strategy, like that in a war
- কৌশলীkou.xolProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently
- কৌশিকkauśikaNoun
কুশিক ঋষিৰ পুতেক বিশ্বামিত্ৰ ঋষি
Viśvāmitra, a famous sage
- ক্রোধীkro’.dhiProper Adj.
সঘনাই, সহজতে খং উঠা স্বভাৱৰ।
Becoming angry often and easily.
- ক্লান্তklāntaAdjective
ভাগৰে ধৰা; ভাগৰুবা; শ্ৰান্ত
fatigued by labour
- ক্লান্তিকৰAdjective
ভাগৰ লগোবা; ভাগৰ জন্মোবা
fatiguing; wearisome
- ক্লান্তিজনকklan.ti.jo.nokProper Adj.
বৰ দীঘলীয়া আৰু একাকী কোনো কাম, যিটো কৰি কোনোৱে ভাগৰি পৰে।
sth so long and monotonous that one gets tired doing it.
- ক্লিন্নklinnaAdjective
আৰ্ত্ৰ; ক্লেদ-যুক্ত।
- ক্লিষ্টkliṣṭaAdjective
দুৰ্দ্দশাগ্ৰস্ত
distressed
- ক্লীৱkli.boProper Adj.
যৌন শক্তিহীন বা প্ৰজনন ক্ষমতাহীন (পুৰুষ)
(A male) unable to achieve an erection or having lack of sexual power or reproductive ability
- ক্লেদাক্তkle.dak.toProper Adj.
ধূলি-মাকতি বা অদৰকাৰী বস্তুৰে পৰিপূৰ্ণ বা আৱৰি থকা।
soiled with dirt; filled with unwanted materials.
- ক্লেশকৰAdjective
কষ্টদায়ক; ক্লেশ জন্মোবা; দুখ দিয়া; দুঃখকৰ; দুঃখজনক
causing pain; distress or trouble
- ক্লেশজনকklex.da.yokProper Adj.
যিটোৰপৰা কষ্ট অথবা দুখ পোৱা যায় ।
which causes pain or hardship.
- ক্লেশদায়কAdjective
কষ্টদায়ক; ক্লেশ জন্মোবা; দুখ দিয়া; দুঃখকৰ; দুঃখজনক
causing pain; distress or trouble
- ক্লেশপূৰ্ণklex.pur.noVerbal Adj.
কোনো কথাৰ বাবে মনত বেজাৰ পোৱা।
mentally hurt due to some reasons.
- ক্ষণচাৰীProper Adj.
অলপ দিনীয়া অৰ্থাৎ সদায় নথকা ।
lasting for short period of time