← ফুৰি যাওক

ক্লেশকৰ

অৰ্থ

1.

কষ্টদায়ক; ক্লেশ জন্মোবা; দুখ দিয়া; দুঃখকৰ; দুঃখজনক

causing pain; distress or trouble

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ক্লেশকৰ · অসমীয়া অভিধান