কৌশিক
kauśika
অৰ্থ
1.
কুশিক ঋষিৰ পুতেক বিশ্বামিত্ৰ ঋষি
Viśvāmitra, a famous sage
বি.
2.
বেহাৰ দেশৰ এখন নৈৰ নাম [এই নৈ কুশিক ঋষিৰ কন্যা বুলি পুৰাণত প্ৰসিদ্ধ।]
the name of a river
বি.
3.
কুশিক মুনিৰপৰা হোবা (বংশ, গোত্ৰ আদি)।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ