কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ব্যাপীbya.piAdverb
বহু ঠাই জুৰি বিয়পি থকা |
Extended to a very long distance.
- ব্যাপৃতbya.pritVerbal Adj.
কোনো কাম বা বিষয়ত মনোযোগ দি থকা |
To occupy the attention or efforts of (a person or persons).
- ব্যাপ্byāpIntransitive verb
বিয়প্; বহু ঠাই জুৰি পৰ্
to spread
- ব্যাহত কৰbya.hot korVerb-Trans.
কাৰোবাৰ কামত বাৰম্বাৰ বাধা জন্মাই শান্তি ভংগ কৰ্
to break the rest, calm or quiet by repeatedly interfering one`s actions
- ব্যৰ্থ কৰ্byor.tho korVerb-Trans.
যুদ্ধত বিজয়ী হ, বল বা কৌশলেৰে বশ কৰ্
To win victory over, to get the better of by force or strategy
- ব্যৱচ্ছেদbyo.bos.sedVerbal Noun
কিহবা বা কাৰোবাৰ পৰা আঁতৰি অহা বা নিলগাই ৰখা কাৰ্য্য।
the act of alienating, i.e. keeping or parting away from someone or something.
- ব্যৱচ্ছেদনbyo.bos.se.donVerbal Noun
কোনো গছ-গছনি বা মৃত জন্তু সুক্ষ্মভাৱে পৰীক্ষা কৰিবলৈ কটা-ছিঙা কৰা কাৰ্য্য ৷
To cut open and examine the structure of (a dead animal or plant).
- ব্যৱস্থাপনাbya.bos.tha.po.naVerbal Noun
চোৱা-চিতা কৰা বা নিয়ন্ত্ৰণ কৰা কাৰ্য্য বা প্ৰক্ৰিয়া
the act or manner of managing,handling, direction, or control.
- ব্যৱহাৰ কৰ্byo.wo.har korVerb-Trans.
<br>[a] to act or react in certian way under a given circumtances <br>[b] to treat somebody in a particular manner
- ব্যৱহাৰ্যbyo.bo.har.joVerbal Adj.
ব্যৱহাৰ কৰিব পৰা বা ব্যৱহাৰৰ উপযোগী
fit to be used
- ব্যৱহাৰ্য্যbyo.bo.har.jyoVerbal Adj.
ব্যৱহাৰ কৰিব পৰা বা ব্যৱহাৰৰ উপযোগী
fit to be used
- ব্যৱহৃত হVerb-Trans.
কোনো প্ৰথা বা বস্তু মানুহে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰ্
to be in use or in vogue
- বঢ়াbaṛhāNoun
বঢ়নী মাৰিৰে ঠেলি ঠেলি খুবলিত বানিবলৈ লোবা ধানৰ পৰিমাণ; ওনা
the quantity of paddy taken at a time for cleaning at the mortar
- বঢ়াইbor.haiAdverb
যিমান প্ৰয়োজন তাতকৈ বেছিকৈ ।
Done or carried out more than what is needed
- বঢ়িয়াকৈbor.hi.ya.koiAdverb
done without errors or mistakes
- বঢ়োৱাbor.ho`.waVerbal Noun
গুণ, মূল্য, ক্ষমতা আদি বৃদ্ধি কৰা কাৰ্য্য
the act of intensifying or causing elevation of quality, value, power etc.
- বৰbaraAdjective
ডাঙৰ; বৱহৎ; বিপুল; বহুত; বিস্তৰ
big; great; large; much
- বৰ কথা কbor ko.tha koVerb-Intran.
নিজৰ গুণ গাই বহুতো কথা ক৷
exaggeratedly talk about something in order to coax or impress people
- বৰকৈAdverb
অতিকৈ; অতিৰিক্তৰূপে
greatly
- বৰঙণি দেbo.ro.ngo.ni deVerb-Intran.
কিবা এটা ভাল কামৰ বাবে টকা-পইছা অথবা আন সহায় আগবঢ়া ৷
To give a part to a common stock; to lend assistance or aid, or give something, to a common purpose; to have a share in any act or effect.