← ফুৰি যাওক

বঢ়া

baṛhā

অৰ্থ

1.

বঢ়নী মাৰিৰে ঠেলি ঠেলি খুবলিত বানিবলৈ লোবা ধানৰ পৰিমাণ; ওনা

the quantity of paddy taken at a time for cleaning at the mortar

বি.

2.

বেছি কৰ্; বুদ্ধি কৰ্; সৰহ কৰ্; আকৱতি ডাঙৰ কৰ্

to increase; to enlarge

সক. ধা.

3.

দীঘল কৰ্

to produce; to lengthen

সক. ধা.

4.

আগলৈ ঠেল্

to push forward

সক. ধা.

5.

আনতকৈ উত্তম বা অধিক

superior; exceeding

বিণ.

6.

উচিত সীমা ডেই যোবা

transgressing the due limit

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ