বৰ
bara
অৰ্থ
1.
ডাঙৰ; বৱহৎ; বিপুল; বহুত; বিস্তৰ
big; great; large; much
বিণ.
2.
বয়সত ডাঙৰ
elder
বিণ.
3.
অতি; অতিশয়
very
ক্ৰি. বিণ.
4.
শ্ৰেষ্ঠ; উত্তম; ভদ্ৰ
excellent; best; high; respectable; noble
বিণ.
5.
a bridegroom
বি.
6.
দেবতা আদিয়ে দিয়া সফল আশীৰ্ব্বাদ
a boon granted by a deity
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ