কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমীপ্যsamīpyaNoun
নিকট; ওচৰ
nearness; neighbourhood; vicinity
- সমীভৱনVerbal Noun
এটা শব্দ আন এটা শব্দৰ সৈতে অধিক মিল হোৱা; ওচৰতে হোৱা বা সাধাৰণতে কাষৰীয়া শব্দৰ প্ৰভাৱত হোৱা শব্দৰ পৰিৱৰ্তন
one sound becomes more similar to another, a change in a sound brought about by the influence of a neighbouring, usually adjacent sound.
- সমীহsamīhaNoun
সন্ধান; সম্ভ্ৰম; ভক্তি; . মানী মনুহৰ ওচৰত সঙ্কোচ-বোধ।
respect
- সমীৰsamīraNoun
বতাহ; বায়ু; বাত
air; wind
- সমীৰণsamīraṇaNoun
বতাহ; বায়ু; বাত
air; wind
- সমুখxo.mukhAbstract Noun
আগবাঢ়ি থকা বা সঘনাই ব্যৱহাৰ হৈ থকা অথবা সঘনাই দেখি থকা দিশ ৷
That part or side that is forward, or most often seen or used.
- সমুখভাগxo.mukh.bhagMaterial Noun
কোনো বস্তুৰ আগৰফালৰ অংশ বা ভাগ
The side or part of an object that is in front or prominent
- সমুচ্চয়samuccaẏaNoun
সমূহ।
- সমুচ্ছেদAbstract Noun
ভাঙি টুকুৰা-টুকুৰ কৰি বা অন্য উপায়ে ব্যৱহাৰৰ অনুপযোগী কৰি তোলা কাৰ্য্য।
the act of rendering useless by breaking into pieces or any other means.
- সমুত্থানsamutthānaNoun
উৎপত্তি; উদ্যোগ।
- সমুদ্ভবsamudbhabaNoun
উৎপত্তি।
- সমুদ্ভৱxo.mud.bhobVerbal Noun
কোনো বস্তু পোন-প্ৰথম বাৰৰ কাৰণে আৰম্ভ হোৱা বা কৰা কাৰ্য্য
The act of starting something for the first time; introducing something new.
- সমুদ্ৰsamudraNoun
মহাসাগৰ; সাগৰ
an ocean; a sea
- সমুদ্ৰকন্যাxo.mu.dro.ko.nyaCommon Noun
এক কাল্পনিক সামুদ্ৰিক জীৱ যাৰ শৰীৰৰ ওপৰৰ অংশ মাইকী মানুহৰ সদৃশ আৰু নিম্ন অংশ মাছৰ সদৃশ
an imaginary female marine creature, having the head, torso, and arms of a woman and the tail of a fish.
- সমুদ্ৰকান্তাxo.mud.ro.kan.taMaterial Noun
সাগৰ, হ্ৰদ বা অন্য জলাধাৰত গৈ মিলিত হোৱা আৰু সাধাৰণতে গতিপথত বহুতো উপনদীয়ে আহি তাৰ সৈতে মিলিত হোৱা এক বিশাল প্ৰাকৃতিক জলধাৰা।
A large natural stream of water emptying into an ocean, lake, or other body of water and usually fed along its course by converging tributaries.
- সমুদ্ৰগৰ্ভMaterial Noun
সাগৰৰ তলী ভাগ
the bottom part of a sea.
- সমুদ্ৰতটAbstract Noun
সাধাৰণতে বালি, শিল আদিৰে ভৰি থকা সাগৰৰ পাৰ।
The the edge of a sea, marked by an accumulation of sand, stone, or gravel that has been deposited by the tide or waves.
- সমুদ্ৰতত্ত্বxo.mu.dro.tot.toAbstract Noun
পৃথিৱীৰ সাগৰ, মহাসাগৰ আদি সম্পৰ্কে অধ্যয়ন কৰা ভূবিদ্যাৰ এক ভাগ ৷ সামুদ্ৰিক জীৱ আৰু পৰিৱেশতত্ব, সাগৰীয় সোঁত, ঢৌ আদি, সাগৰৰ তলি আৰু অন্যান্য সামুদ্ৰিক ভৌতিক আৰু ৰাসায়নিক প্ৰক্ৰিয়া আদি বিভিন্ন বিষয় এই বিদ্যাই সামৰি লয় ৷
a branch of Earth Sciences that studies the Earth's oceans and seas. It covers a wide range of topics, including marine organisms and ecosystem dynamics; ocean currents, waves, and geophysical fluid dynamics; plate tectonics and the geology of the sea floor; and fluxes of various chemical substances and physical properties within the ocean and across its boundaries.
- সমুদ্ৰতাঁৰAbstract Noun
A telegraphic message sent by means of cables or wires
- সমুদ্ৰতীৰxo.mud.ro.tirAbstract Noun
সাধাৰণতে বালি, শিল আদিৰে ভৰি থকা সাগৰৰ পাৰ।
The the edge of a sea, marked by an accumulation of sand, stone, or gravel that has been deposited by the tide or waves.