কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বহুপতি প্ৰথাbo.hu.po.ti pro.thaAbstract Noun
কোনো মহিলাই একে সময়তে দুই বা ততোধিক পতি গ্ৰহণ কৰা বা এনে ৰীতিক অনুমতি দিয়া সামাজিক প্ৰথা৷
the custom or practice that allows a woman to have more than one husband at the same time; the practice of having more than one husband at the same time.
- বহুপত্নী প্ৰথাbo.hu.pot.ni pro.thaAbstract Noun
কোনো পুৰুষৰ একেসময়তে কেইবাগৰাকীও পত্নী গ্ৰহণ কৰা প্ৰথা৷
the practice of a man of having more than one wife at the same time; the custom that allows a man to have more than one wife at the same time.
- বহুপদAbstract Noun
দুই বা ততোধিক পদৰ সমষ্টি এক বীজগণিতীয় ৰাশি, যাৰ প্ৰতিটো পদ এটা ধ্ৰুৱক আৰু যিকোনো পূৰ্ণসংখ্যক ঘাত-বিশিষ্ট এটা চলকৰ পূৰণফল।
an expression consisting of the sum of two or more terms each of which is the product of a constant and a variable raised to an integral power.
- বহুপদী ৰাশিbo.hu.po.di ra.xiAbstract Noun
দুই বা ততোধিক পদৰ সমষ্টি এক বীজগণিতীয় ৰাশি, যাৰ প্ৰতিটো পদ এটা ধ্ৰুৱক আৰু যিকোনো পূৰ্ণসংখ্যক ঘাত-বিশিষ্ট এটা চলকৰ পূৰণফল।
an expression consisting of the sum of two or more terms each of which is the product of a constant and a variable raised to an integral power.
- বহুপৰ্ণীbo.hu.por.niCommon Noun
ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূৱ এছিয়াত উপলব্ধ এবিধ চিৰসেউজ উদ্ভিদ; বৈজ্ঞানিক নামঃ এলষ্ট’নিয়া স্কলাৰিচ।
an evergreen, tropical tree native to the Indian subcontinent and Southeast Asia; Scientific name: Alstonia scholaris.
- বহুবচনbahubacanaNoun
ব্যাকৰণত এটাতকৈ অধিক বুজোবা ৰূপ
plural number
- বহুবল্কিতাbo.hu.bol.ki.taAbstract Noun
অতিমাত্ৰা কথা কোৱা স্বভাৱ
excessively talkative nature
- বহুবল্কীতাbo.hu.bol.ki.taAbstract Noun
(লিখা বা কোৱাত) প্ৰয়োজনতকৈ বহু বেছি শব্দ ব্যৱহাৰ কৰা আৰু সেইবাবে আমনিদায়ক, বুজাত অসুবিধা হোৱা।
using too many words, often unnecessarily, in writing or speech (making it boring and difficult to understand).
- বহুবাbahubāTransitive verb
স্হাপন কৰ্
to place upon something
- বহুবিবাহ প্ৰথাbo.hu.bi.bah pro.thaAbstract Noun
কোনো পুৰুষৰ একেসময়তে কেইবাগৰাকীও পত্নী গ্ৰহণ কৰা প্ৰথা৷
the practice of a man of having more than one wife at the same time; the custom that allows a man to have more than one wife at the same time.
- বহুবিবাহকাৰীbo.hu.bi.bah.ka.riCommon Noun
একেসময়তে কেইবাজনী তিৰোতা বিয়া কৰা পুৰুষ৷
a man who married more than one woman at the same time.
- বহুবীজতাNoun
বহুবীজতা
বহুবীজতা
- বহুব্ৰীহিbahubrīhiNoun
যি সমাসত নিজ অৰ্থ প্ৰকাশ নকৰি অন্য বস্ত্তক বুজায় যেনে-শূলপাণি (শিব)
one of the four principal compounds in Sanskrit grammer
- বহুভাষিতাbo.hu.bha.xi.taAbstract Noun
অতিমাত্ৰা কথা কোৱা স্বভাৱ
excessively talkative nature
- বহুভুজbahubhujaNoun
চাৰিটাৰ অধিক বাহু থকা ক্ষেত্ৰ
a polygon
- বহুভূজbo.hu.bhujAbstract Noun
Figure with many sides and angles
- বহুমূত্ৰbahumūtraNoun
জলসাৰ (যি ৰোগত পেচাবৰ লগত শৰ্কৰা-জাতীয় পদাৰ্থৰ বেছিভাগ ওলাই যায়)
diabetes
- বহুমূত্ৰ ৰোগbo.hu.mut.ro ro`gProper Noun
এটা বংশোদ্ভৱ বেমাৰ, সাধাৰণতে তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়, ঘনাই প্ৰস্ৰাৱ হয় আৰু শৰীৰত পানীৰ পৰিমাণ কমি যোৱাৰ ফলত অধিক পিয়াহ লাগে ৷
a polygenic disease characterized by abnormally high glucose levels in the blood; any of several metabolic disorders marked by excessive urination and persistent thirst.
- বহুযোগীbo.hu.jo’.giMaterial Noun
একযোগী বা আন কোনো সংৰচনাৰ সদৃশ শৃংখলাৰ দ্বাৰা গঠিত এটা জটিল অনু
a long molecule made up of chain of identical structural units or monomers
- বহুযোগীকৰণbo.hu.jo`.gi.ko.ronVerbal Noun
একাধিক একযোগী লগ লাগি বহুযোগী উৎপন্ন কৰা ৰাসায়নিক প্ৰক্ৰিয়া বা কাৰ্য্য।
the act or process of forming a polymer or copolymer, esp a chemical reaction in which a polymer is formed.