← ফুৰি যাওক

বহুবা

bahubā

অৰ্থ

1.

স্হাপন কৰ্

to place upon something

সক. ধা.

2.

আসনত উপবেশন কৰা

to cause to seat

সক. ধা.

3.

মানুহ চপাই বা গোট খুবাই বহিবলৈ দি

to cause to assemble

সক. ধা.

4.

বসতি কৰা

to settle

সক. ধা.

5.

দকৈ বা তললৈ সুমা

to cause to sink; to impress

সক. ধা.

6.

নানা প্ৰকাৰে ভাও-ভঙ্গী দেখুবাই বা নানা প্ৰকাৰৰ কথা কৈ মানুহৰ মনত আমোদ জন্মোবা লোক; ভাবৰীয়া

a buffoon; mimic

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বহুবা · অসমীয়া অভিধান