← ফুৰি যাওক

বহুব্ৰীহি

bahubrīhi

অৰ্থ

1.

যি সমাসত নিজ অৰ্থ প্ৰকাশ নকৰি অন্য বস্ত্তক বুজায় যেনে-শূলপাণি (শিব)

one of the four principal compounds in Sanskrit grammer

বি.

2.

অনেক পৰিমাণৰ যব ধান।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বহুব্ৰীহি · অসমীয়া অভিধান