কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কলম-কটাৰীkalama-kaṭārīNoun
চাহ-গছ আদি কলম কৰা আগ-আঁকোৰা কটাৰী
a pruning knife
- কলমত্ৰাছkalamatrāchaNoun
কলম কটা সৰু ছুৰী- কটাৰী
a knife
- কলমদানীCommon Noun
A crop can be grown throughout the year. It is a vine plant with small bunches of fruits. Tender fruits are used for cooking. The fruit are with long pedicels and swollen tips like bulb.
- কলমৌkalamauNoun
কল্মো।
- কলম্বkalambaNoun
কাঁড়; শৰ
an arrow
- কলম্বাচProper Noun
আমেৰিকা নামটোৰ হৈতে এৰাব নোৱাৰাকৈ জড়িত এটি নামঃ ক্ৰিষ্টফাৰ কলম্বাচ, সমুদ্ৰ যাত্ৰাৰে কলম্বাছে হঠাতে এদিন আমেৰিকা ভূমিখণ্ডৰ আবিস্কাৰ কৰি পেলাইছিল।
Spanish explorer Christopher Columbus is remembered for his 1492 discovery of the `New World`, and how his legacy of European colonization is a mixed one.
- কলম্বিয়াko.lom.bi.yaMaterial Noun
দক্ষিণ আমেৰিকাৰ খন দেশৰ নাম।
Colombia, officially the Republic of Colombia, is a country situated in the northwest of South America, bordered to the northwest by Panama; to the east by Venezuela and Brazil; to the south by Ecuador.
- কলম্বোko.lom.bo`Proper Noun
শ্ৰীলংকাৰ ৰাজধানী চহৰ৷
Colombo is the largest city of Sri Lanka, with a population of 4,575,000 metropolitan area,[dubious ] and 555,031 in the city limits. It is located on the west coast of the island
- কললMaterial Noun
গৰ্ভস্থ, নোপজা বা নজগা মেৰুদণ্ডী প্ৰাণী
an unborn or unhatched vetebrate
- কলসীkalasīNoun
কলহ।
- কলহkalahaNoun
অমিল; খৰিয়াল; দ্বন্দ্ব; বিবাদ
a quarrel
- কলহংসkol.hong.xoCommon Noun
NULL
any of numerous wild or domesticated, web-footed swimming birds of the family Anatidae, esp. of the genera Anser and Branta, most of which are larger and have a longer neck and legs than the ducks.
- কলহনko.lo.honProper Noun
১২শ শতিকাৰ কাশ্মীৰৰ এজন প্ৰখ্যাত বুৰঞ্জীবিদ৷ তেওঁ কাশ্মীৰৰ পৌৰাণিক বুৰঞ্জী ’ৰাজতৰংগিনী’ৰ ৰচক৷ ইয়াতেই অসম জীয়ৰী অমৃতপ্ৰভা আৰু কাশ্মীৰৰ ৰজা মেঘবাহনৰ কথা উল্লেখ আছে৷
A historian of present day Kashmir of 12th century CE. His famous Rajatarangi is a metrical historical chronicle of north-western Indian subcontinent, particularly the kings of Kashmir, written in Sanskrit. Meghbhahan of Kashmir during first century AD married to Amritprabha, daughter of Assam king.
- কলহীNoun
উদৰী; পেটৰ ভিতৰত পানী বন্ধ হৈ পেট ডাঙৰ হোবা ৰোগ
acitis
- কলাkalāAdjective
কাণে নুশুনা; শ্ৰবণ-শক্তি-শূন্য
deaf
- কলা কলনNoun
দশা কলন
দশা কলন
- কলা-অবতাৰkalā-abatāraNoun
ঈশ্বৰৰ অংশ-অবতাৰ।
- কলা-কুশলীko.la-ku.xo.liCommon Noun
Skilled manual worker who practices a craft or art
- কলা-কৌশলkalā-kauśalaNoun
বিবিধ বিদ্যা আৰু কৌশল।
- কলা-খাঁতীkalā-khām̐tīNoun
এবিধ প্ৰায় কল-বাৰীত চৰি ফুৰা চৰাই; কোকলোঙা।