← ফুৰি যাওক

কলহন

ko.lo.hon

অৰ্থ

1.

১২শ শতিকাৰ কাশ্মীৰৰ এজন প্ৰখ্যাত বুৰঞ্জীবিদ৷ তেওঁ কাশ্মীৰৰ পৌৰাণিক বুৰঞ্জী ’ৰাজতৰংগিনী’ৰ ৰচক৷ ইয়াতেই অসম জীয়ৰী অমৃতপ্ৰভা আৰু কাশ্মীৰৰ ৰজা মেঘবাহনৰ কথা উল্লেখ আছে৷

A historian of present day Kashmir of 12th century CE. His famous Rajatarangi is a metrical historical chronicle of north-western Indian subcontinent, particularly the kings of Kashmir, written in Sanskrit. Meghbhahan of Kashmir during first century AD married to Amritprabha, daughter of Assam king.

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ